Simple Sentence কাক বোলে? Assamese Translation

 

 Simple Sentence কাক বোলে? 

     যি Sentence-অত মাত্ৰ এটা finite verb থাকে তাক Simple Sentence বোলে।



 যেনে ---1. Go there. -- তালৈ যোৱা।

2. Come. --আহা।

3. Walking is a good exercise. --খোজ কঢ়াটো এটা ভাল ব্যায়াম।

4. The nice clock on my table is a gift from my younger brother Rohan. --মোৰ টেবুলত থকা ধুনীয়া ঘড়ীটো মোৰ সৰু ভাইটি ৰোহনৰ উপহাৰ

5. The sun having set, we went to the market. --সূৰ্য্য অস্ত যোৱাৰ পিছত আমি বজাৰলৈ গ’লোঁ৷

6. Children go to school everyday. --ল’ৰা-ছোৱালীয়ে প্ৰতিদিনে স্কুললৈ যায়।

7. You are an honest man. --আপুনি এজন সৎ মানুহ।

8. They have gone to the town. -- সিহঁত টাউনলৈ গৈছে।

9. Can you work hard?-- আপুনি কঠোৰ পৰিশ্ৰম কৰিব পাৰিবনে?

10. What a shy girl she is! --কি যে লাজ লগা ছোৱালী তাই!

11. Let's have some music now. --এতিয়া কিছু সংগীত দিওঁ।

12. Sit down. --বহক।

13. The work being done, I returned. --কামটো হৈ থাকোতে, মই উভতি আহিছিলোঁ।

14. A good boy reads his lesson in time. -- এজন ভাল ল’ৰাই সময়ত নিজৰ পাঠটো পঢ়ে।

15. He went for a walk yesterday. --কালি সি ফুৰিবলৈ গৈছিল।

16. He did not go for a walk yesterday. --কালি তেওঁ ফুৰিবলৈ যোৱা নাছিল।

17. There are three hundred students in our school. --আমাৰ বিদ্যালয়ত তিনিশ ছাত্ৰ-ছাত্ৰী আছে।

18. The Quran is a holy book of the Muslims.-- কোৰআন মুছলমানসকলৰ পবিত্ৰ কিতাপ।

19. How big is the animal? --জন্তুটো কিমান ডাঙৰ?

20. He came first in the race. --দৌৰত তেওঁ প্ৰথম স্থান লাভ কৰিছিল।

21. What a brave boy he is!-- কি সাহসী ল'ৰা সি!

22. What is the matter with you?-- তোমাৰ কি হৈছে?

23. Let's now discuss the food problem. -- এতিয়া খাদ্য সমস্যাৰ বিষয়ে আলোচনা কৰা যাওক।

24. There is a library in our village. -- আমাৰ গাঁৱত এটা পুথিভঁৰাল আছে।

25.  It contains about fifteen hundred books. -- ইয়াত প্ৰায় পোন্ধৰশ কিতাপ আছে। 



Comments

Popular posts from this blog

Renaissance and Reformation: Multiple Choice Quiz

Quiz Challenge: T20 World Cup 2024.

Academic GK: General Knowledge for All.

Islamic Knowledge, MCQ with Answers

Academic GK: History MCQ with Answers

100 General Knowledge about Sports: Test Your Knowledge: Sports Trivia Quiz

Islamic Quiz: বাংলায় 50টি ইসলামিক কুইজ , প্ৰশ্ন ও উত্তরসহ

The History of May Day: A Reflection on the Origins and Evolution

মেকুৰী মানুহৰ বাবে কিমান উপকাৰী? জানিলে আচৰিত হ'ব।

Key Concepts in Science, Part-1